ৰেল মন্ত্ৰী হল অসমৰ ৰাজেন গোঁহাই::::

প্ৰথম বাৰৰ বাবে  ৰেল মন্ত্ৰী পালে অসমৰ সাংসদে। কালি মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত নগাওঁৰ চাৰিবাৰৰ বিজেপি সাংসদ ৰাজেন গোঁহাইক অন্তৰ্ভুক্ত কৰা হৈছিল । গোঁহাইক কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক ৰেল মন্ত্ৰীৰ দপ্তৰ প্ৰদান কৰা হৈছে। গোঁহাইক ৰেল মন্ত্ৰী হিচাবে কৰা অন্তৰ্ভুক্তয়ে উত্তৰ পূৰ্বাঞ্চলত ৰেল সেৱাৰ উন্নয়নৰ পথ মুকলি হল বুলি আলোচিত হৈছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment