আজিৰ মুখ্য বাতৰি সমূহ :::

* গুৱাহাটীৰ ছয়মাইলত ৰয়েল এনফিল্ড শ্ব’ৰুমত ভয়ংকৰ অগ্নিকাণ্ড আৰু বিস্ফোৰণ। ঘটনাস্থলীতে নিহত দুজন, বহু লোক আহত।
* তুমূল প্ৰতিবাদ স্বত্বেও দক্ষিণ আৰু পূব কামৰূপ জিলা ভংগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে দিছপুৰে। ২ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককো অপসাৰণ।
* শীঘ্ৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আগুৰিব জেদ প্লাছ আৰু SPGৰ নিৰাপত্তাই। গৃহ মন্ত্ৰণালয়ক দিছপুৰে দিলে প্ৰস্তাৱ।
* ডেংগুৰ প্ৰকোপত দিশহাৰা ৰাইজ। নিৰ্লিপ্ত স্বাস্থ্য বিভাগ, প্ৰশাসন। ডেংগু প্ৰতিৰোধৰ সীমা বান্ধি দি মহানগৰীত আছুৰ তুমূল বিক্ষোভ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment