শিক্ষা খণ্ডৰ সংস্কাৰত নামিল ড: হিমন্ত বিশ্ব

ৰাজ্যৰ শিক্ষা খণ্ডৰ সংস্কাৰৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এইলৈ সৰ্বশিক্ষা মিছনৰ কাৰ্য্যালয়ত প্ৰাথমিক শিক্ষা বিষয়া সকলৰ লগত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। শিক্ষক সকলে নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত থাকি পাঠদান কৰিব লাগিব ।  শিক্ষকতাৰ বাহিৰে কোনো বাহিৰা কামত নিয়োজিত হব নোৱাৰিব।মণ্ডল সমল  কেন্দ্ৰ সমন্বকে প্ৰতিদিনে কমেও এঘন্টা পাঠদান কৰিব লাগিব । খালী হৈ থকা শিক্ষকৰ তালিকা সোনকালে জমা দিব লাগিব ।

Share on Google Plus

About Unknown

2 comments:

  1. A brilliant process for primary education.

    ReplyDelete
  2. N.B.:
    শিক্ষকতাৰ বাহিৰে কোনো বাহিৰা কামত নিয়োজিত হব নোৱাৰিব। -
    Then I must say that except educational activity no any teacher will be depute for Govt./ Election /polling/etc. duty.

    ReplyDelete