আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি:::

অসমৰ জাতীয় জীৱনৰ ইতিহাস বিচাৰত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আজিকোপতি এক বিস্ময়াবহ ব্যক্তিত্ব। তেখেত শিল্প , সাহিত্য , সংস্কৃতিৰ মাৰ্গদৰ্শক হোৱাৰ উপৰিও অসমীয়া আধ্যাত্মিক জীৱনৰ এক ভেটি নিৰ্মাতা।
    তেখেতৰ আজি পুণ্য তিৰোভাৱ তিথিত সশ্ৰদ্ধ প্ৰণাম জনালো ।   
  জয়গুৰু শঙ্কৰ           সৰ্ব্ব গুণাকৰ
         যাকেৰি নাহিকে উপাম
তোহাৰি চৰণতে         ৰেণু শত কোটি
        বাৰেক কৰোহো প্ৰণাম।
Share on Google Plus

About Unknown

0 comments:

Post a Comment