আচাৰ্য পংকজ পাঠকৰ দিহা:::২০টা ৰোগৰ এটাই ঔষধ

20 টা ৰোগৰ এটা ঔষধ ####

250 গ্ৰাম মেথি গুটি ,
100 গ্ৰাম এজৱাইন ,

50 গ্ৰাম কলা জিৰা ।

এইখিনি মিহলি কৰি সামান্য গৰম কৰি মিক্সৰত গুড়ি বনাই টেমা এটাত ভৰাই থওক ।

দৈনিক ৰাতি শুৱাৰ আগেয়ে  1 চামুচ গৰম পানী এগিলাছত মিহলাই খাব ।।

ই আপোনাৰ শৰীৰত জমা হোৱা অলাগতিয়াল বস্তুবোৰ  পেচাবৰ মাধ্যমেৰে উলিয়াই শৰীৰটো আকৌ আগৰ দৰে সুস্থ কৰিব ।।  প্ৰায় 3 মাহ খালেহে আপুনি পাৰ্থক্য দেখা পাব ।। আপোনাৰ শৰীৰ আকৌ 15-16 বছৰীয়া যুৱকৰ নিচিনা সুঠাম হব ।।

ইয়াৰ দ্বাৰা নিৰ্মূল কৰিব পৰা ৰোগসমূহ তলত লিখিলোঁ ।।

1.  গাঁঠিৰ ৰোগ বা বাত বিষ নোহোৱা হব ।
2. হাড় শক্তিশালী হব ।
3. দৃষ্টি শক্তি বাঢ়িব
4. চুলি সৰা সমস্যা নোহোৱা হব ।
5. পেট পৰিষ্কাৰ কৰিব
6. পুৰণি কোষ্ঠকাঠিন্য ৰোগ ঠিক হব
7.শৰীৰত তেজ চলাচল বাঢ়িব ।
8. কাহৰ পৰা মুক্তি পাব ।
9. হৃদয় ৰোগৰ পৰা মুক্তি পাব
10.ভাগৰ নালাগিব ।
11. স্মৃতি শক্তি বাঢ়িব
12. কাণৰ ৰোগ নিৰ্মূল হব ।
13. মেদবহুলতা হ্ৰাস পাব ।
14. তেজ পৰিষ্কাৰ হব .
15. ছাল নৰম হব ।
16. খৰ খজুৱতি নোহোৱা হব
17. মহিলাৰ অনিয়মিত মাহেকীয়াৰ সমস্যা ঠিক হয় ।
18. দাঁত শক্তিশালী হব ।
19. শৰীৰত জমা হোৱা কলেষ্টৰল নাইকিয়া কৰিব ।
20. ডায়েবেটিচ নিয়ন্ত্ৰণত থাকিব ।

ইয়াৰ পৰিণাম 2 মাহৰ পাছতহে দেখা পোৱা যায় ।। গতিকে 10-15 দিন ব্যৱহাৰ কৰি এৰি নিদিব ।।

ধন্যবাদ ।

নোট : সকলো বস্তু মছলাৰ দোকানত পাব ।

Share on Google Plus

About Unknown

1 comments: