১। সোণাৰিৰ কাঠনিগাঁৱত কালীসাধকে শিশু-কন্যাক বলি দিয়াৰ অভিযোগ। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। আৰক্ষী-চিআৰপিএফ মোতায়েন।
- সোণাৰিত শিশু-কন্যাক বলি কালীসাধকৰ
২। পুৰণিগুদামৰ নাহৰবাৰীত চাঞ্চল্যকৰ ঘটনা। ডাইনী সন্দেহত জীৱন্তে পুতিলে দুগৰাকী মহিলাক। ২ হত্যাকাৰীক আটক।
- পুৰণিগুদামত জীৱন্তে পুতিলে ২ মহিলাক
- পুৰণিগুদামত জীৱন্তে পুতিলে ২ মহিলাক
৩। আজি মনোনয়নপত্ৰ দাখিল কৰিব লখিমপুৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই। মনোনয়ন দাখিলত প্ৰাৰ্থীজনক সংগ দিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মিত্ৰদল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।
- আজি মনোনয়ন-পত্ৰ দাখিল কৰিব প্ৰদান বৰুৱাই
- আজি মনোনয়ন-পত্ৰ দাখিল কৰিব প্ৰদান বৰুৱাই
৪। হিলাৰী ক্লিণ্টনৰ ই-মেইল কেলেংকাৰিক লৈ গৰম আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বতাহ। FBIক প্ৰত্যাহ্বান ক্লিণ্টনৰ। অভাৱনীয়ভাৱে হ্ৰাস ক্লিণ্টন-ট্ৰাম্পৰ জনপ্ৰিয়তাৰ হাৰৰ পাৰ্থক্য।
- মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ই-মেইল কেলেংকাৰিৰ ধুমুহা
- মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ই-মেইল কেলেংকাৰিৰ ধুমুহা
৫। ভূপালত ছিমি উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষৰ ভিডিঅ’ ফুটেজত নতুন দিশ। ভুৱা সংঘৰ্ষত কাৰাগাৰৰ পৰা পলায়ন কৰা ৮টাকৈ উগ্ৰপন্থীক হত্যাৰ অভিযোগ। আৰক্ষীয়ে অস্বীকাৰ কৰিলে এই অভিযোগ।
- ভূপালত ভুৱা সংঘৰ্ষৰ অভিযোগ
- ভূপালত ভুৱা সংঘৰ্ষৰ অভিযোগ
৬। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ শুনানি ল’বলৈ অসমলৈ আহিব লগা যুটীয়া সংসদীয় কমিটীৰ ভ্ৰমণ স্থগিত। পৰৱৰ্তী ভ্ৰমণসূচী সম্পৰ্কত কোনো তথ্য অৱগত কৰা নাই লোকসভা সচিবালয়ে।
- যুটীয়া সংসদীয় কমিটীৰ ভ্ৰমণ স্থগিত
- যুটীয়া সংসদীয় কমিটীৰ ভ্ৰমণ স্থগিত
0 comments:
Post a Comment