প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্রাইকক লৈ মন্তব্য নকৰিবলৈ মন্ত্ৰীসকলক সকীয়নি দিছে। সেনাৰ এই কার্যক লৈ গর্ববোধ কৰি ডাংকোপ মৰা বক্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ মন্ত্রীসকলক সকীয়নি দি প্রধানমন্ত্রী মোদীয়ে কয় যে এই বিষয়ত দায়িত্বশীল ব্যক্তিয়েহে মাথো ছাৰ্জিকেল ষ্ট্রাইক সন্দৰ্ভত মন্তব্য কৰা উচিত। কালি চি চি এৰ বৈঠকত প্রধানমন্ত্রী মোদীয়ে এই সকীয়নি দিয়া বুলি সূত্ৰত প্রকাশ পাইছে।
ছাৰ্জিকেল ষ্ট্রাইকক লৈ মন্ত্রীক মন্তব্য নকৰিব::প্রধানমন্ত্রী মোদী
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্রাইকক লৈ মন্তব্য নকৰিবলৈ মন্ত্ৰীসকলক সকীয়নি দিছে। সেনাৰ এই কার্যক লৈ গর্ববোধ কৰি ডাংকোপ মৰা বক্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ মন্ত্রীসকলক সকীয়নি দি প্রধানমন্ত্রী মোদীয়ে কয় যে এই বিষয়ত দায়িত্বশীল ব্যক্তিয়েহে মাথো ছাৰ্জিকেল ষ্ট্রাইক সন্দৰ্ভত মন্তব্য কৰা উচিত। কালি চি চি এৰ বৈঠকত প্রধানমন্ত্রী মোদীয়ে এই সকীয়নি দিয়া বুলি সূত্ৰত প্রকাশ পাইছে।
0 comments:
Post a Comment