হিন্দু-বাংলাদেশীৰ প্ৰসংগত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমক কয়— ‘হিন্দু-বাংলাদেশীক সংস্থাপন দিব বিচৰাৰ প্ৰসংগত ৰাইজে আগবঢ়োৱা মতামতক আমি সন্মান কৰােঁ। আজি যদি হিন্দু বেংগলীখিনিক বাদ দিয়া হয়। তেন্তে এক মুহুৰ্তত হিন্দুসকল সংখ্যালঘুত পৰিণত হ'ব। লগে লগে মুছলমানসকল সংখ্যাগৰিষ্ঠ হ’ব। আমি হিন্দুৰ লগতে অসমীয়া মুছলমানসকলক নিৰাপত্তা আৰু সুৰক্ষা দিব লাগিব। তেওঁলোক ৫০০-৬০০ বছৰ ধৰি ইয়াত আছে। মই ব্যক্তিগতভাৱে বিচাৰোঁ আমাৰ থলুৱা অসমীয়া মানুহখিনিৰ লগত অসমীয়া মুছলমান আৰু হিন্দু বেংগলী মানুহখিনি একেলগে মিলি আগুৱাই যাব লাগিব। অন্যথা অর্থনৈতিক সুৰক্ষাৰ বাবে অহাসকলৰ হাতত আমাৰ ৰাজ্য শেষ হৈ যাব।”
হিন্দু-বাংলাদেশীক অসমত সংস্থাপন:: মন্ত্রী ড° হিমন্ত বিশ্বৰ ভাষ্য
হিন্দু-বাংলাদেশীৰ প্ৰসংগত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমক কয়— ‘হিন্দু-বাংলাদেশীক সংস্থাপন দিব বিচৰাৰ প্ৰসংগত ৰাইজে আগবঢ়োৱা মতামতক আমি সন্মান কৰােঁ। আজি যদি হিন্দু বেংগলীখিনিক বাদ দিয়া হয়। তেন্তে এক মুহুৰ্তত হিন্দুসকল সংখ্যালঘুত পৰিণত হ'ব। লগে লগে মুছলমানসকল সংখ্যাগৰিষ্ঠ হ’ব। আমি হিন্দুৰ লগতে অসমীয়া মুছলমানসকলক নিৰাপত্তা আৰু সুৰক্ষা দিব লাগিব। তেওঁলোক ৫০০-৬০০ বছৰ ধৰি ইয়াত আছে। মই ব্যক্তিগতভাৱে বিচাৰোঁ আমাৰ থলুৱা অসমীয়া মানুহখিনিৰ লগত অসমীয়া মুছলমান আৰু হিন্দু বেংগলী মানুহখিনি একেলগে মিলি আগুৱাই যাব লাগিব। অন্যথা অর্থনৈতিক সুৰক্ষাৰ বাবে অহাসকলৰ হাতত আমাৰ ৰাজ্য শেষ হৈ যাব।”
0 comments:
Post a Comment