খাদ্য–সামগ্ৰীৰ নাটনিৰ সময়তে অবৈধভাৱে ৰাজ্যখনৰ বিভিন্ন স্থানত মজুত কৰি ৰখা হৈছে এই খাদ্য–সামগ্ৰীসমূহ। কামৰূপ জিলাৰ গৰৈমাৰী, মহানগৰীৰ লখৰাৰ পিছত এইবাৰ চাংসাৰিত যোগান বিভাগৰ অভিযানত জব্দ হৈছে বহু পৰিমাণৰ পিয়াঁজ। পংকজ ট্ৰেডাৰ্ছ নামৰ প্ৰতিষ্ঠানটোত তালাচী চলালে যোগান বিভাগে। পংকজ ট্ৰেডাৰ্ছত অবৈধভাৱে মজুত কৰি ৰাখিছিল ৯৫০ বেগ পিয়াঁজ। 'আমাৰ দোকান'ৰ জৰিয়তে কাইলৈ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব জব্দ কৰা পিয়াঁজখিনি। প্ৰতি কেজিত ১৬ টকা দৰত ৰাইজে ক্ৰয় কৰিব পাৰিব পিয়াঁজ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment