ৰাজ্যপাল জে পি ৰাজখোৱাক পদত্যাগৰ নিৰ্দেশ কেন্দ্ৰৰ :::


অৰুণাচলৰ ৰাজ্যপাল জে পি ৰাজখোৱাক পদত্যাগৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। স্বাস্থ্যজনিত কাৰণত পদত্যাগৰ পৰামৰ্শ আগবঢ়াইছে ৰাজ্যপালগৰাকীক। ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ বাতৰি আৰু সংবাদ পত্ৰখনৰ খবৰ অনুসৰি ৰাজ্যপালৰ পদবী এতিয়াই এৰিব বিচৰা নাই ৰাজখোৱাই। গৃহ মন্ত্ৰণালয়ৰ এই পৰামৰ্শ যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment