গৰুৰ পেটত ওলাল ৯৮ কেজি প্লাষ্টিক জাতীয় সামগ্ৰী::

গুজৰাটৰ আহমেদাবাদত এটি গৰুৰ পেটৰ পৰা ৯৮ কিলো প্লাষ্টিক জাতীয় সামগ্ৰী ওলাইছে । চহৰখনৰ জীৱ দয়া পশু চিকিৎসা কেন্দ্রটিলৈ এজনী গৰ্ভৱতী গাই গৰু চিকিৎসাৰ বাবে অনা হৈছিল । গৰুজনী অতি দুৰ্বল হৈ পৰাৰ বাবে অপাৰেচন কৰাত গাইজনীৰ পেটৰ পৰা ৯৮ কেজি প্লাষ্টিক জাতীয় সামগ্ৰী উদ্ধাৰ কৰে। এইবোৰৰ বেছি ভাগেই প্লাষ্টিক, মোজা আৰু লোহাৰ টুকুৰা আছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment