এজাক বৰষুণতে ডুবিল গুৱাহাটী ::: যান জঁটৰ সৃষ্টি এজাক বৰষুণতে ডুবিল গুৱাহাটী ::: যান জঁটৰ সৃষ্টি মুষল ধাৰা এজাক বৰষুণে আজি কৃত্ৰিম বানৰ সৃষ্টি কৰিলে গুৱাহাটীত। চহৰখনৰ জুৰোড, জি এছ ৰোড, তৰুণ নগৰ, গান্ধীবস্তি, চান্দমাৰী , যোৰাবাট আদি অঞ্চলত পানী জমা হৈ গভীৰ যান জঁটৰ সৃষ্টি কৰে। Share on Facebook Share on Twitter Share on Google Plus About Unknown RELATED POSTS এজাক বৰষুণতে ডুবিল গুৱাহাটী ::: যান জঁটৰ সৃষ্টি Reviewed by Unknown on 21:03:00 Rating: 5
0 comments:
Post a Comment