পৰকীয়া প্ৰেমৰ পৰণতি ::: বাগছাত স্বামী হত্যাকাৰীক গ্ৰেপ্তাৰ

বাগছা জিলাৰ শালবাৰীৰ খয়ৰাবাৰীৰ এগৰাকী স্বামীহন্তা মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা গৰাকী হৈছে বৰ্ণালী তালুকদাৰ । বৰ্ণালীয়ে পৰকীয়া প্ৰেমৰ বাবে স্বামীক এমাহ পূৰ্বে হত্যা কৰিছিল । আজি শালবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক  বজালী আদালতত হাজিৰ কৰে। এই সম্পৰ্কত জড়িত আন এগৰাকী লোক সম্প্ৰতি পলাতক হৈ আছে।
ফটো আৰু সংবাদ :: শিবেন ডেকা, আনন�বজাৰ
Share on Google Plus

About Unknown

0 comments:

Post a Comment