অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা। ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছৰ স্বৰ্ণজয়ী এথলীট ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জম্মদিনটোত ৰাজ্যজুৰি পালন কৰা হ'ব অভিৰুচি ক্ৰীড়া দিবস হিচাপে। অভিৰুচি গোষ্ঠীও সম্পূৰ্ণৰূপে সাজু ক্ৰীড়া দিবসৰ বাবে। এইবাৰৰ ক্ৰীড়া দিবসৰ কেন্দ্ৰীয় অনুষ্ঠানত আমন্ত্ৰিত খেলুৱৈ হিচাপে অংশ ল'ব অলিম্পিয়ান দ্যুতি চান্দে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment