চিমেন্ট কোম্পানীয়ে দাম কমাবই লাগিব :: উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন

চিমেন্ট কোম্পানীয়ে দাম কমাবই লাগিব :: উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন
প্ৰতিটো চিমেণ্ট কোম্পানীয়ে দাম কমাবই লাগিব আৰু যিমান বঢ়াইছিল তাতকৈ ৫ টকা বেছি কমাব লাগিব এই কঠোৰ ঘোষণা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। দাম কিমান কমালে তাৰ বিজ্ঞাপন দিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নামানিলে বন্ধ কৰি দিয়া হ'ব কোম্পানী বুলিও প্ৰকাশ কৰে মন্ত্ৰী পাটোৱাৰীয়ে। প্ৰয়োজনত চিমেণ্টৰ ক্ষেত্ৰতো ৰাজসাহায্য দিয়া হ'ব আৰু কোনো কাৰণত দাম বৃদ্ধি কৰিব নোৱাৰিব চিমেণ্টৰ বুলি কঠোৰ ঘোষণা কৰে ৰাজ্যৰ উদ্যোগ মন্ত্ৰীগৰাকীয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment