পৰ্যটন বিভাগত আন এক সংযোজন। আজি মহানগৰীৰ ৰেডিছন ব্লুত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ পৰ্যটন হিভাগৰ নতুন প্ৰতীক চিহ্নটো মুকলি কৰা হয়। Awesome Assam নামেৰে নামাকৰণ কৰা প্ৰতীক চিহ্নটো মুকলি কৰিলে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ পৰ্যটনক বিশ্বত জনপ্ৰিয় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ৸১৫ কোটি টকাৰ বিশেষ আঁচনি হাতত লোৱাৰ কথা আৰু পৰ্যটকৰ বাবে ৭০০টা স্থানত ঘৰ বনোৱাৰ আঁচনিৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। আনাহতে, শক্তিপীঠ কামাখ্যাক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব আৰু তাৰ বাবে বাবে ৩৩ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে। আনহাতে আগন্তুক ১০ দিনৰ ভিতৰতে ইয়াৰ কাম আৰম্ভ কৰা হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
Home / পৰ্যটন বিভাগৰ বিভিন্ন আঁচনি মুকলি::: নতুন প্ৰতীক চিহ্ন মুকলি
/ পৰ্যটন বিভাগৰ বিভিন্ন আঁচনি মুকলি::: নতুন প্ৰতীক চিহ্ন মুকলি
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment