বঙালী ৰমণী ত্ৰিপুৰাৰ মহিলা জিমন্যাষ্ট দীপা কৰ্মকাৰে জিমন্যাষ্টিকৰ ফাইনেলত প্ৰৱেশ কৰিছে । দীপাই ৰেঅ' অলিম্পিকৰ জিমন্যাষ্টিকৰ ভল্ট বিভাগৰ ব্যক্তিগত ইভেন্টৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে কোনো ভাৰতীয় মহিলাই অলিম্পিকৰ জিমন্যাষ্টিকত যোগদান কৰিবলৈকে সক্ষম হোৱা নাছিল । অহা ১৪ আগষ্টত দীপাৰ চুড়ান্ত খেল অনুষ্ঠিত হব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment