গুৱাহাটীৰ সমীপৱৰ্তী ক্ষেত্ৰীত হোৱা এক পথ দুৰ্ঘটনাত ২জন বোল বোম ভক্তৰ মৃত্যু হোৱাৰ লগতে ৮ জন লোক আহত হয়। বোল বোম উপলক্ষে ভক্ত সকলে যোৱা নিশা দৌশাল শিৱ মন্দিৰত পানী ঢালিবলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থাকোতে চলন্ত ট্ৰাক এখনে খুণ্ডা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment