ঢাকাৰ ৰেষ্টুৰেন্টত আক্ৰমণ কৰি নৰসংহাৰ চলোৱা সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত মৃত্যু হোৱা ৫জন সন্ত্ৰাসবাদীৰ মৃতদেহ এতিয়াও চিকিৎসালয়ৰ মাৰ্গতে পৰি আছে। ঘটনাৰ এমাহ উকলি যোৱাৰ পিছতো পৰিয়ালৰ কোনো লোকে মৃতদেহ চমজি লবলৈ আগবাঢ়ি অহা নাই। এই কথা সদৰী কৰিছে বাংলাদেশ প্ৰশাসনে। উল্লেখ্য যে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত দেশ বিদেশৰ ২০ জন লোকৰ মৃত্যু হৈছিল ।
Home / Uncategories / বাংলাদেশত আক্ৰমণ চলোৱা ৫ সন্ত্ৰাসবাদীৰ মৃতদেহ এতিয়াও পৰি আছে মাৰ্গত::: চমজি লবলৈ অহা নাই কোনো
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment