প্ৰসঙ্গ বৰপেটা সত্ৰ::: ৰাহুল গান্ধী আদালতত হাজিৰ হব লাগিব নেকি ???

কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে বৰপেটা সত্ৰত প্ৰৱেশৰ সম্পৰ্কত কৰা মন্তব্যক লৈ কৰা এক গোচৰৰ ৰায় দিব আদালতে । ৰাহুল গান্ধী যোৱা ডিচেম্বৰ মাহত বৰপেটালৈ আহোতে বৰপেটা সত্ৰ দৰ্শন কৰিবলৈ যাওঁতে আৰ এছ এছৰ কৰ্মী সকলে তেওঁক বাধা দিছিল আৰু এইক্ষেত্ৰত মহিলা সদস্য সকলে সত্ৰৰ দুৱাৰ মুখত বহি তেওঁক বাধা দিছিল বুলি মন্তব্য কৰিছিল । ৰাহুল গান্ধীৰ এই মন্তব্য মিছা বুলি প্ৰত্যাহ্বান জনাই জিলা মুখ্য ন্যায়াধীশ (কামৰূপ)ৰ আদালতত আৰ এছ এছয়ে এক গোচৰ তৰে। উক্ত গোচৰটিৰ ৰায় দিব অহা ৬ আগষ্টত। এই ৰায়ত আদালতত ৰাহুলক হাজিৰ হবলৈ নিৰ্দেশ দিব নেকি??? সেয়া সময়েহে কব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment