উত্তৰ পূৰ্বাঞ্চলৰ ৰেল সেৱাৰ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। সেই মৰ্মে এই অঞ্চলৰ ৰেল সেৱাৰ বিকাশৰ বাবে অহা বছৰত বিনিয়োগ কৰিব ৭ হেজাৰ কোটি টকা। এই কথা জনাইছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী সুৰেশ প্ৰভূৱে। মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে--- বৰ্তমান প্ৰতি দিনে ৪ কিলোমিটাৰ কৈ ৰেল পথ নিৰ্মাণ কৰি আহিছে যদিও অচিৰে এয়া ১১ কিলোমিটাৰ কৰা হব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment