সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই এজন দুৰ্ধৰ্ষ NDFB(S) কেডাৰ আটক কৰিবলৈ সক্ষম হৈছে। কোকৰাঝাৰৰ বাঁহবাৰীত চলা এই অভিযানত আটক হোৱা কেডাৰ জন হৈছে ফুকন বৰগয়াৰী। তেওঁৰ পৰা আমেৰিকাত নিৰ্মিত এটি ৭.৬৫ পিষ্টলো জব্দ কৰা হৈছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment