কাজিৰঙাৰ গড় হত্যাকাৰী দুজন চোৰাং চিকাৰীক আটক কৰা হৈছে । কাৰ্বি আংলঙৰ বোকাজানত আটক কৰা চোৰাং চিকাৰী দুজন হৈছে আমগেং ইনচাং আৰু নানংছি টেংছা। আৰক্ষী আৰু বিশেষ সুৰক্ষা বাহিনীয়ে আটক কৰা চোৰাং চিকাৰী দুজনৰ পৰা এটা ৰাইফল, ২ টা কাৰ্টিজ, এটা এয়াৰ গান আৰু কিছু সংখ্যক আপত্তিজনক সামগ্ৰীও জব্দ কৰা হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment