পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস :: গ্ৰাহকলৈ কিছু সকাহ

পুনৰ কমিল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। সেইমৰ্মে পেট্ৰ'লৰ  ১.৪২ টকা আৰু ডিজেলৰ ২.০১ টকা মূল্য হ্ৰাস হৈছে । এয়া চলিত মাহৰ  তৃতীয়টো হ্ৰাস। উল্লেখ্য যে ১ জুলাইত পেট্ৰ'লৰ ৮৯ পইচা আৰু ডিজেলৰ ৪৯ পইচা হ্ৰাস হৈছিল । ঠিক একেদৰে ১৬ জুলাইত পেট্ৰ'লত ২.২৫ টকা আৰু ডিজেলত ৪২ পইচা হ্ৰাস হৈছিল ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment