BPFৰ নেত্ৰীৰ ঘৰত জুই::: স্ক'ৰপিঅ' গাড়ী ভষ্মীভূত

বৰপেটাৰোডৰ সমীপৰ লুৱাশুৰত থকা বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা আখতাৰা আহমেদৰ বাসগৃহত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত তেওঁৰ স্ক'ৰপিঅ গাড়ীখন সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাৰ লগতে বহুতো সা সম্পত্তি জুইত জাহ যায়। অগ্নি কাণ্ডৰ কাৰণ জনা হোৱা নাই।

Share on Google Plus

About Unknown

0 comments:

Post a Comment