হাগ্ৰামা::: উপহাৰ আৰু ঘোচৰ পাৰ্থক্য আছে

বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে ' কোনোবাই মাল দিলে লব লাগে , নিজে খুজিব নালাগে ।' বুলি কোৱাৰ পিছত সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱাৰ পিছত এতিয়া সুৰ সলনি কৰিছে তেওঁ । হাগ্ৰামাই কয়-- কাৰোবাৰ ঘৰত আলহী আহিলে যেনেকৈ আপ্যায়ন কৰা হয়, তেনেকৈ কাৰোবাক মৰমৰ চিন স্বৰূপে কিবা দিলেও সকলোৱে তাক গ্ৰহণ কৰে। কোনোবাই মাল দিলে লব লাগে, কিন্তু খুজি লব নেলাগে। ইয়াৰ অৰ্থ এইটো নহয় যে দুৰ্নীতিৰ বাবে টকা লব লাগে । তেওঁ কেতিয়াও দুৰ্নীতিৰ বাবে টকা লব কোৱা নাই । সেয়ে বিষয়টো ইমানতে অন্ত হোৱাটো তেওঁ বিচাৰে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment