এজাক বৰষুণ দিলেই বানপানী হয় আমাৰ জন প্ৰতিনিধি সকল থকা ৰাজধানী দিচপুৰত। এই কেইটিমান দিন চলি থকা বৰষুণৰ বাবে সাগৰ সদৃশ বানপানীৰ সৃষ্টি হৈছে দিচপুৰৰ এম এল এ হোষ্টেল চৌহদত। বানত ককবকাব লগা হৈছে জন প্ৰতিনিধি সকলৰ লগতে তেওঁলোকক লগ ধৰিবলৈ যোৱা অসমৰ বিভিন্ন ঠাইৰ পৰা লোকসকল। এতিয়া প্ৰশ্ন হৈছে যদি খোদ ৰাজধানীতে যদি এই অৱস্থা হয় তেন্তে ৰাজ্যখনৰ বেলেগ ঠাইত কি অৱস্থা হব সেয়া সহজেই অনুমেয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment