অলিম্পিকত খেলুৱৈ খাব পাব ভাৰতীয় খাদ্য

অহা ৫ আগষ্টৰ পৰা আৰম্ভ হবলগীয়া ৰি অ' অলিম্পিকৰ গেমছ ভিলেজত এইবাৰ ভাৰতীয় খেলুৱৈ সকলে ভাৰতীয় খাদ্য খাবলৈ পাব। এই কথা নিশ্চিত কৰিছে আমাৰ দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে। এই সম্পৰ্কত ভাৰতীয় ক্ৰীড়া মন্ত্ৰণালয়ে আয়োজক সমিতিক অনুৰোধ জনোৱাত তেওঁলোকে ভাৰতীয় খাদ্য যোগানৰ সন্মতি প্ৰদান কৰিছে । উল্লেখ্য যে এইবাৰ অলিম্পিকলৈ ১০০ ৰো অধিক খেলুৱৈ প্ৰেৰণ কৰিব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment