National Investigation Agency (NIA)ই হায়দৰাবাদৰ আইছিছৰ মূৰব্বী ইয়াছিৰ নিমাতুল্লাহ আৰু অথউল্লাহ ৰহমানক গ্ৰেপ্তাৰ কৰিছে । অথউল্লাহ ৰহমানে আইছিছৰ বাবে ধন সংগ্ৰহ কৰি আহিছিল । নিয়াই হায়দৰাবাত সন্ত্ৰাসবাদীৰ কাৰ্যকালাপৰ ওপৰত চলাই থকা তদন্তৰ ওপৰত ভিত্তি কৰি দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও হাইদৰাবাদৰ পৰা নিয়াই সন্ত্ৰাসবাদী কাৰ্যকালাপত জড়িত থকাৰ বাবে পাছ জন যুৱকক আটক কৰিছিল ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment