জম্বু আৰু কাশ্মীৰত মৌলবাদী সংগঠণ হিজবুল মুজাহিদনৰ কমান্ডেন্ট বুড়াহান ওয়ানির হত্যা কাণ্ডৰ পিছত ৰাজ্যখনত সৃষ্টি হৈছে এক অপ্ৰতিকাৰ পৰিস্থিতিৰ। কালি আৰক্ষীৰ গুলীত সন্ত্রাক্ষবাদীজান নিহতৰ ফলত ৰাইজৰ মাজত সৃষ্টি হয় তীব্র উত্তেজনা। তাকেলৈ প্রতিবাদী ৰাইজ আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় এক সংঘাত। এই সংঘাতৰ ফলত ১১ জন লোকৰ মৃত্যূ হয় আৰু একশৰো অধিক লোক আহত। প্রতিবাদী সকলে দক্ষিণ কাশ্মীৰৰ কুলগামত থকা বিজেপিৰ কাৰ্য্যালয়ত আক্রমণ কৰে। আনহাতে নিহত সন্ত্রাসবাদীজনৰ সমাধিক্ষেত্ৰত প্রায় বিশ হেজাৰ মানুহ উপস্থিত থাকে। ৰাজ্যখনৰ এনে পৰিস্থিতিৰ বাবে এন্টাৰনেট ছাৰ্ভিচ বন্ধ কৰি দিয়া হয়। লগতে অমৰ নাথ যাত্ৰা বন্ধ কৰি দিয়া হৈছে।
কাশ্মীৰত তীব্র উত্তেজনা ; ১১জনৰ মৃত্যু

0 comments:
Post a Comment