অইলৰ নতুন চি এম ডি উৎপল বৰা


অইল ইন্ডিয়া লিমিটেডৰ [অইল ]স্থায়ী অধক্ষ্য তথা পৰিচালন সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছে অসম সন্তান উৎপল বৰাক। বর্তমান তেওঁ আহমেদাবাদৰ অ এন জি চিৰ যে পৰিচালন সঞ্চালক আছিল। এই দায়িত্ব লৈ তেওঁ বহুত সুখী আৰু অইলৰ অধিক  উৎপাদনৰ  বাবে কাম কৰিব বুলি জনায়।      
Share on Google Plus

About Unknown

0 comments:

Post a Comment