উত্তৰাখণ্ডৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী হৰক সিং ৰাৱাটৰ বিৰুদ্ধে অসমৰ এজনী মহিলাক চাকৰীৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । মহিলা গৰাকীয়ে নতুন দিল্লীৰ চফদৰজং আৰক্ষী থানাত বিধায়ক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ১১৬ নম্বৰ ধাৰাত এটি গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে তেওঁৰ বিৰুদ্ধে ২০১৪ চনতো ধৰ্ষণৰ এক গোচৰ ৰুজু হৈছিল ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment