আৰ্থিক সংকটত অসম সাহিত্য সভা::: কংগ্ৰেছ চৰকাৰে নিদিলে বাজেট অনুদান ৫২ লাখ টকা

তৰুণ গগৈ চৰকাৰে অসম সাহিত্য সভাক বাজেট অনুদান  ৫২ লাখ টকা আদায় দিয়া নাই। সোণোৱাল চৰকাৰে এইক্ষেত্ৰত কি পদক্ষেপ লৈছে সেয়া স্পষ্ট নহয়। শতবৰ্ষ গৰকা অসমৰ জাতীয় অনুষ্ঠানটোক এনেদৰে আৰ্থিক সংকটত পেলোৱাটো অসমীয়া ভাষা সাহিত্যৰ বাবে অশুভ লক্ষণ । সেয়ে এইক্ষেত্ৰত চৰকাৰক এই অনুদান অতি শীঘ্ৰে আদায় দিয়াৰ  এক প্ৰস্তাৱ গ্ৰহণৰ প্ৰস্তাৱ দিয়ে সভাপতি ডঃ ধ্রুৱজ্যোতি বৰাই।

Share on Google Plus

About Unknown

0 comments:

Post a Comment