বজ্ৰপাত পৰি আজি উৰিষ্যাত বিস্তৰ ক্ষতি সাধন হয়। এই বজ্ৰপাতৰ ফলত ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৫ জন লোক আহত হয়। উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই মৃত্যুত সমবেদনা জনাইছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment