বাংলাদেশৰ ১০ জেহাদীৰ প্ৰৱেশ :: আলোক চিত্ৰ পঠালে বাংলাদেশ চৰকাৰে

বাংলাদেশ চৰকাৰে ১০ জন দুৰ্ধৰ্ষ জেহাদী অসমত প্ৰৱেশ কৰা বুলি ঘোষণা কৰিছে । এই জেহাদী কেইজনৰ আলোক চিত্ৰ চৰকাৰখনে ভাৰতলৈ প্ৰেৰণ কৰিছে । আলোক চিত্ৰ পঠোৱা জেহাদী কেইজন হৈছে-- আশাৰফ মহম্মদ ইছলাম, এ টি এম তাজউদ্দিন, ইব্ৰাহিম খান, জুবাহেদুৰ ৰহিম, জুন্নন শিকদাৰ, বাছাৰ জামান, চাইফুল্লাহ নজিবুল্লাহ আনছাৰী, তালিম আহমেদ চৌধুৰী , জুনায়েক খান। এই জেহাদী কেইজনে অসমকে ধৰি ভাৰতৰ বিভিন্ন স্থানত কুটাঘাট মূলক কাম কৰাৰ আশংকা কৰি হাই এলাৰ্ট জাৰি কৰা হৈছে । উল্লেখ্য যে এই জেহাদী কেইজনে অলপতে ঢাকাত হোৱা হত্যা কাণ্ডত জড়িত আছিল ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment