দৈনিক অসমৰ বঁটা ::: প্ৰশান্ত কুমাৰ দাসলৈ

  দৈনিক অসম কাকতৰ ফালৰ পৰা আগবঢ়োৱা ২০১৫ বৰ্ষৰ ' দৈনিক অসম সাহিত্য বঁটা' লাভ কৰিছে বিশিষ্ট গল্পকাৰ প্ৰশান্ত কুমাৰ দাসে। 'আঁক বাক' দ্বাৰা প্ৰকাশিত ' গল্পবোৰ' শীৰ্ষক সংকলন টোৰ বাবে এই বঁটা লাভ কৰিছে দাসে । প্ৰথমবাৰৰ বাবে আগবঢ়োৱা এই বঁটাত আছে ৫০ হেজাৰ টকা।

Share on Google Plus

About Unknown

0 comments:

Post a Comment