ধন দাবী:: NDFB(S)দুই মহিলা সদস্য গ্ৰেপ্তাৰ

বাগছাৰ লাবদাংগুৰিত NDFB (S) সন্ত্ৰাস। আজি ব্যৱসায়ী ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল তিনি সদস্য । ইয়াৰ ভিতৰত দুগৰাকী হৈছে যুৱতী । যুৱতী দুগৰাকীৰ নাম হৈছে --  শীৰ্ষ নেতা বি বিদাইৰ খুড়শালী নমিতা বৰনগয়াৰী আৰু ফুলমতী মুছাহাৰী। এওঁলোকৰ লগতে সমীৰ কছাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment