দ্বিতীয় দিনাও মুখ্যমন্ত্ৰীৰ ভাৰত - বাংলাদেশ সীমান্ত অঞ্চল পৰিদৰ্শন

মুখ্যমন্ত্ৰীয়ে আজি  মানকাছাৰ, ধুবুৰী অঞ্চলত ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণৰ দ্বিতীয় দিনা নদীকেন্দ্ৰিক সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় । আৰু অসমৰ বিভিন্ন ঠাইৰ লগত সংলগ্ন এই আন্তৰ্জাতিক  সীমান্ত সম্পূৰ্ণৰূপে কটকটীয়াকৈ ছীল কৰিবলৈ ভাৰতীয় সেনাবাহিনীক নিয়োগ কৰিবৰ বাবে তেখেতে  প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান জনাইছো  । অসমৰ দীৰ্ঘদিনীয়া এই জলন্ত সমস্যাটো ফলপ্ৰসুভাৱে সমাধান কৰিবলৈ আৰু বহু বাকী আছে । আমি সকলোৱে একলগে আগুৱাই যাব লাগিব বুলি তেওঁ মন্তব্য কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment