কৰিমগঞ্জত অগ্নিকাণ্ড:: ৪০ টা ঘৰ ভস্মীভূত

এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে কৰিমগঞ্জত। জিলাখনৰ চৰাকুৰীত আজি পুৱা হোৱা অগ্নিকাণ্ডৰ ফলত ৪০ টা ঘৰ ভস্মীভূত হৈ বহু লাখ টকাৰ ক্ষতি সাধন হৈছে। লগতে কেবাটাও ঘৰচীয়া জীৱ জন্তুৰ মৃত্যু ঘটিছে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
Share on Google Plus

About Unknown

0 comments:

Post a Comment