ভাৰতীয় ৰেলৱে এক নতুন বীমা আঁচনি যাত্ৰী সকলৰ বাবে অহা ৩১ আগষ্টৰ পৰা আৰম্ভ কৰিব। নতুন আঁচনি অনুসৰি যাত্ৰী সকলে বীমাকৰণৰ বাবদ ৯২ পইচা আদায় দিব লাগিব । এই বীমাৰ ফলত কোনো যাত্ৰীৰ যাত্ৰা কালত দুৰ্ঘটনাত মৃত্যু হলে ১০ লাখ টকা পৰিয়ালে পাব। আনহাতে কোনো যাত্ৰী স্থায়ী ভাৱে বিকলাংগ হলে ৫ লাখ টকা পাব। ২লাখ টকালৈকে চিকিৎসা খৰছ পাব। মৃতদেহ কঢ়িওৱাৰ বাবদ ১০ হেজাৰ টকাৰ পৰিবহন খৰছ লাভ কৰিব ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment