শিশুৰ লগত যৌন নিৰ্যাতন কৰি গ্ৰেপ্তাৰ হব লগা হৈছে এজন ধৰ্মযাজক। গ্ৰেপ্তাৰ হোৱা ব্ৰিটিছ ধৰ্মযাজক জন হৈছে লণ্ডনৰ লৰেন্স সোপাৰ। বৰ্তমান ৭২ বছৰীয়া সোপাৰে বিগত ১৯৭২ চনৰ পৰা ১৯৮৬ চনলৈ ৯টাকৈ এনে বেআইনী যৌনাচাৰ কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । তেওঁ লণ্ডনৰ এখনি ব্যক্তিগত কেথেলিক স্কুলত শিক্ষকতা কৰি থাকোতে ৫গৰাকী শিশু ছাত্ৰীৰ লগত এই দুষ্কাৰ্য কৰিছিল বুলি অভিযোগ উঠিছিল ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment