দুচকীয়া আৰু চাৰি চকীয়া বাহনৰ বীমা মাচুল হ্ৰাস হব:: সংশোধন হব নীতি

বীমা মাচুল দুচকীয়া আৰু চাৰি চকীয়া বাহনৰ অচিৰে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সাধাৰণ নাগৰিকৰ সহায়ৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে পৰিবহন বিভাগে। তাৰ বাবে মটৰ ভিহিকেল এক্টৰ সংশোধন কৰিব বিচৰা হৈছে । অৱশ্যে বাছ, ট্ৰাক, বিলাসী বাহনৰ বীমা মাচুল বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সংশোধিত নীতি অনুসৰি এজন ব্যক্তিয়ে চাৰি বছৰত দুবাৰ দুৰ্ঘটনা সংঘটিত কৰিলে তেওঁৰ গাড়ীৰ বীমা মাচুলৰ পৰিমাণ বৃদ্ধি হব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment