কহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰক 'মঞ্চ ৰত্ন' সন্মানেৰে বিভূষিত কৰা হয়। কালি পাঠশালাত অনুষ্ঠিত এক সভাত তেখেতক এই সন্মান জনায় পাশালা ৰাইটাৰ্ছ ফৰামে। উক্ত অনুষ্ঠানত বিধান সভাৰ অধ্যক্ষ ৰনজিৎ দাসে মুখ্য অতিথি হিচাবে উপস্থিত থাকে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment