অসম পৰ্যটনৰ প্ৰিয়ংকা চোপ্ৰা হব ব্ৰেণ্ড এম্বেচাডৰ ::

বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাডৰ হব। তাৰ বাবে তেওঁ ১০ দিন চুটিং কৰিব । প্ৰতিদিনে মাননী হিচাবে লব ১.৫ কোটি টকাকৈ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment