আজি শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি::গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণাম

মাধৱ মাধৱ নাম     বচনত সুমৰয়
          মাধৱ মাধৱ হৃদয়ত  ৷
নিৰন্তৰে সাধুসৱে    মাধৱ মাধৱ নাম
           উচ্চাৰয় সমস্তে কাৰ্যত  ৷৷  
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ  তিৰোভাৱ তিথিত মাধৱদেৱ গুৰুজনাৰ   নামঘোষাৰ এটি পদেৰে  গুৰুজনাক শ্ৰদ্ধা নিৱেদন  কৰিলো ৷

Share on Google Plus

About Unknown

0 comments:

Post a Comment