কেন্দ্ৰীয় চৰকাৰে কলা টকাৰ ৰমৰমীয়া বেহা ৰোধ কৰাৰ বাবে তিনি লাখতকৈ অধিক নগদ ধন লেনদেন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া বিশেষ তদন্ত গোটৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ফলত তেনে লেনদেন ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড , চেক আৰু ড্ৰাফটৰ জৰিয়তে কৰাটো নিশ্চিত হব। যাৰ ফলত কলা ধন লেনদেন কৰাটো কঠিন হব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment