জানুৱাৰীত সংসদত দাখিল হব সাধাৰণ বাজেট::: ভংগ কৰিব ব্ৰিটিছৰ যুগৰ পৰম্পৰা

কেন্দ্ৰীয় চৰকাৰে ব্ৰিটিছৰ যুগৰ পৰম্পৰাৰ অৱসান ঘটাই ফেব্ৰুৱাৰী মাহৰ পৰিবৰ্তে জানুৱাৰী মাহত দাখিল কৰিব সংসদত দেশৰ সাধাৰণ বাজেট। এই সিদ্ধান্ত গ্ৰহণ কৰাৰ উদ্দেশ্য হৈছে বিত্তীয় বৰ্ষৰ অন্তিম দিন ৩১ মাৰ্চৰ পূৰ্বেই বাজেট সম্পৰ্কীয় সকলো কাম কাজ যাতে সমাপ্ত কৰিব পাৰে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment