অসম সন্তান শিৱ থাপাই অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হৈছে। দেশৰ ক্ৰীড়া জগতৰ এই দ্বিতীয় সৰ্বোচ্চ সন্মান শিৱলৈ বক্সিঙত দেখুওৱা পাৰদৰ্শিতাৰ বাবে প্ৰদান কৰা হব। উল্লেখ্য যে শিৱই এছিয়ান চেম্পিয়নশ্বিপৰ বক্সিঙত দুটাকৈ পদক( ২০১৩ চনত এটি সোণৰ আৰু ২০১৫ চনত এটি ব্ৰঞ্জৰ পদক) লাভ কৰিছিল । এইবাৰৰ ৰিও অলিম্পিকত তেওঁ বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment