ৰাজভৱনত আজি খন্তেক সময় পূৰ্বে বনোৱাৰী লাল পুৰোহিতে অসমৰ ৰাজ্যপাল হিচাবে শপত গ্ৰহণ কৰে। উক্ত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেওঁৰ মন্ত্ৰী সকল , বিধান সভাৰ অধ্যক্ষ ৰনজিৎ কুমাৰ দাসৰ লগতে উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment