বিজেপিৰ যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আজি এক দুৰ্ঘটনাত পতিত হয়। সাংসদ গৰাকীয়ে মৰাণত অনুষ্ঠিত হোৱা ত্ৰিৰংগা যাত্ৰাত ভাগ লৈছিল । উক্ত যাত্ৰাত তেওঁ বাইক চলাওতে বাইকখন দুৰ্ঘটনা গ্ৰস্থ হয়। সম্প্ৰতি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment